প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘গুলাব-ঘূৰ্ণী’ সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

পোষ্ট কৰা হৈছে: 26 SEP 2021 3:50PM by PIB Guwahati

‘গুলাব-ঘূৰ্ণী’ সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ওৱাই এছ জগনমোহন ৰেড্ডীৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক বাৰ্তালাপত মিলিত হোৱাৰ লগতে ঘূৰ্ণীজাকে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে।


এক বাৰ্তাত, প্ৰধানমন্ত্ৰীয়ে কয়,
“অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী @ওৱাইএছজগনৰ সৈতে কথা-বতৰা পাতিলো আৰু গুলাব-ঘূৰ্ণীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ ল’লো। কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। মই সকলোৰে সুৰক্ষা আৰু কুশল কামনা কৰিছো”।

 

 

****


DS/SH/KB


(ৰিলিজ আই ডি : 1760758) অতিথি কক্ষ : 201