প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


জন্মবাৰ্ষিকী উপলক্ষে শ্ৰী এম বিশ্বেশ্বৰায়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

Posted On: 15 SEP 2021 10:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপলক্ষে অভিযন্তাসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জনাইছে৷ তেওঁ লগতে জন্মবাৰ্ষিকী উপলক্ষে শ্ৰী এম বিশ্বেশ্বৰায়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁ খ্যাতিৰ স্মৰণ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলো পৰিশ্ৰমী অভিযন্তাক #EngineersDayৰ শুভেচ্ছা জনাইছো৷ আমাৰ পৃথিৱীখনৰ প্ৰযুক্তিগত দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা ভূমিকাৰ ধন্যবাদ জনাবলৈ শব্দৰ অভাৱ৷ মই শ্ৰী এম বিশ্বেশ্বৰায়াক জন্মবাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁ খ্যাতিৰ স্মৰণ কৰিছো

****

DS/SH/DB



(Release ID: 1755982) Visitor Counter : 134