প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সুব্ৰমনিয়া ভাৰতীক তেওঁৰ শততম পূণ্যতিথিত শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 11 SEP 2021 11:08PM by PIB Guwahati

শ্রী নৰেন্দ্র মোদীয়ে শততম পূণ্য তিথিত মহাকবি সুব্রমনিয়া ভাৰতীৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, "অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী সুব্রমনিয়া ভাৰতীক তেওঁৰ শততম পূণ্যতিথিত শ্রদ্ধাঞ্জলি জনাইছো৷ তেওঁৰ অগাধ পাণ্ডিত্য, দেশ নিৰ্মাণৰ বিভিন্ন ক্ষেত্রত তেওঁৰ অৱদান আৰু সামাজিক ন্যায় তথা মহিলা সবলীকৰণৰ মহান আদর্শসমূহ স্মৰণ কৰিছো৷"

***

DS/SH/DB


(रिलीज़ आईडी: 1755087) आगंतुक पटल : 247
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam