প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সুব্ৰমনিয়া ভাৰতীক তেওঁৰ শততম পূণ্যতিথিত শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ

Posted On: 11 SEP 2021 11:08PM by PIB Guwahati

শ্রী নৰেন্দ্র মোদীয়ে শততম পূণ্য তিথিত মহাকবি সুব্রমনিয়া ভাৰতীৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, "অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী সুব্রমনিয়া ভাৰতীক তেওঁৰ শততম পূণ্যতিথিত শ্রদ্ধাঞ্জলি জনাইছো৷ তেওঁৰ অগাধ পাণ্ডিত্য, দেশ নিৰ্মাণৰ বিভিন্ন ক্ষেত্রত তেওঁৰ অৱদান আৰু সামাজিক ন্যায় তথা মহিলা সবলীকৰণৰ মহান আদর্শসমূহ স্মৰণ কৰিছো৷"

***

DS/SH/DB



(Release ID: 1755087) Visitor Counter : 53