প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংসদৰ দুয়ো সদনতে সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক, ২০২১ গৃহীত হোৱাত প্ৰধানমন্ত্ৰীয়ে আদৰণি জনাইছে
प्रविष्टि तिथि:
11 AUG 2021 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনতে সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক, ২০২১ গৃহীত হোৱাটো দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘সংসদৰ উভয় সদনতে সংবিধানৰ ১২৭ তম সংশোধনী বিধেয়ক, ২০২১ গৃহীত হোৱাটো আমাৰ দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। এই বিধেয়কখনে সামাজিক সৱলীকৰণক বৃদ্ধি কৰিব। সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ মানুহৰ মৰ্যাদা, সুযোগ আৰু ন্যায় নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ কিমান দায়বদ্ধ সেয়া ইয়াৰ জৰিয়তে প্ৰতিফলিত হ’ল।’
****
DS/KG
(रिलीज़ आईडी: 1754266)
आगंतुक पटल : 216
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam