প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰালিম্পিক গেমছৰ বেডমিণ্টনত স্বৰ্ণ পদকজয়ী প্ৰমোদ ভগতক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 04 SEP 2021 5:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ পেৰালিম্পিক গেমছৰ বেডমিণ্টনত স্বৰ্ণ পদকজয়ী প্ৰমোদ ভগতক অভিনন্দন জ্ঞাপন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰমোদ ভগতে সমগ্ৰ দেশবাসীৰ অন্তৰ জয় কৰিলে৷ তেওঁ এগৰাকী চেম্পিয়ন, যাৰ সফলতাই কোটি কোটি লোকক প্ৰেৰণা যোগাব৷ তেওঁ উল্লেখযোগ্য ধৈৰ্য আৰু দৃঢতা প্ৰদৰ্শন কৰিলে৷ বেডমিণ্টনত স্বৰ্ণ পদক জয়ৰ বাবে তেওঁ অভিনন্দন জনাইছো৷ তেওঁ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালো৷@PramodBhagat83

***

DS/SH/DB


(रिलीज़ आईडी: 1752502) आगंतुक पटल : 203
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam