প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পেৰাঅলিম্পিক গেমছৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জনৰ বাবে সুমিত অন্তিলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 AUG 2021 5:39PM by PIB Guwahati

টকিঅ’ত অনুষ্ঠিত পেৰাঅলিম্পিক গেমছৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক অৰ্জনৰ বাবে সুমিত অন্তিলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"#Paralympics ত আমাৰ খেলুৱৈসকল জ্বিলিকি উঠিছে! পেৰাঅলিম্পিকত সুমিত অন্তিলৰ অভিলেখ-ভংগকাৰী প্ৰদৰ্শনত ৰাষ্ট্ৰখন গৌৰৱান্বিত।

সন্মানজনক স্বৰ্ণ পদক অৰ্জনৰ বাবে সুমিতক অভিনন্দন জনালো। আপোনাক ভৱিষ্যতৰ বাবে জনালো অলেখ শুভকামনা।"

***

DS/SH/SB


(रिलीज़ आईडी: 1751322) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam