প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যেতিয়া মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ধোলাভিৰালৈ আহিছিল
পোষ্ট কৰা হৈছে:
20 AUG 2021 11:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে প্রত্নতত্ত্ববিদ ইয়াদুবীৰ সিং ৰাৱটৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে য’ত গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক ক্ষেত্ৰখনৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ তেখেতৰ মুখ্যমন্ত্ৰিত্বৰ দিনৰেপৰা দৃষ্টিৰ কথা উল্লেখ কৰিছে। অলপতে ধোলাভিৰাই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে।
এটা টুইটত, প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় (PMO) এ কয়ঃ
“যেতিয়া মুখ্যমন্ত্ৰী @narendramodi ধোলাভিৰালৈ আহিছিল…
এগৰাকী প্রত্নতত্ত্ববিদে তেওঁৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে আৰু কিদৰে ধোলাভিৰাৰ চৌপাশে পৰ্যটন অনুকূল আৰু পৰিবেশ অনুকূল আন্তঃগাঁথনি গঢ়ি তোলা হৈছিল, সেই সম্পৰ্কে লিখিছে।”
****
DS/SB
(ৰিলিজ আই ডি : 1748155)
অতিথি কক্ষ : 200
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam