প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰক্ল’ত ৱৰ্ল্ড আৰ্চাৰী য়ুথ চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
15 AUG 2021 10:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ল’ত অনুষ্ঠিত ৱৰ্ল্ড আৰ্চাৰী য়ুথ চেম্পিয়নশ্বিপত ৮টা স্বৰ্ণ পদকসহ ১৫টা পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ৰক্ল’ত অনুষ্ঠিত ৱৰ্ল্ড আৰ্চাৰী য়ুথ চেম্পিয়নশ্বিপত ৮টা স্বৰ্ণ পদকসহ ১৫টা পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলে আমাক গৌৰৱান্বিত কৰিলে৷ আমাৰ দলটোক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো৷ তেওঁলোকৰ এই সফলতাই বহু যুৱ প্ৰজন্মক আৰ্চাৰীক গ্ৰহণ কৰাৰ লগতে এই ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনত প্ৰেৰণা যোগাব৷”
***
DS/SH/DB
(Release ID: 1746575)
Visitor Counter : 166
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada