প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আয়ুৰ্বেদিক প্ৰবক্তা ড০ বালাজী তাম্বেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে
प्रविष्टि तिथि:
11 AUG 2021 10:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুৰ্বেদিক আৰু যোগৰ প্ৰবক্তা ড০ বালাজী তাম্বেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘আয়ুৰ্বেদক যুৱচামৰ মাজত বিশ্বজুৰি জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত ড০ বালাজী তাম্বেৰ অৰিহণাক আমি সদায় মনত ৰাখিম। সংবেদনশীল স্বভাৱৰ বাবে তেওঁ সকলোৰে প্ৰশংসা লাভ কৰছিল। তেওঁৰ মৃত্যুত মই ব্যথিত। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুগামীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তিঃ।’
***
DS/ VJ/MS
(रिलीज़ आईडी: 1746315)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam