প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
টকিঅ' অলিম্পিক ২০২০ত বক্সিংত ব্ৰঞ্জৰ পদক জয়ৰ বাবে লাভলিনা বৰগোঁহাইক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 AUG 2021 12:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ' অলিম্পিক ২০২০ত বক্সিংত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে লাভলিনা বৰগোঁহাইক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ অধ্যৱসায় আৰু সংকল্প প্ৰশংসনীয়।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"@Lovlina বৰগোঁহাইৰ সংগ্ৰাম অত্যন্ত প্ৰসংশনীয়! বক্সিং ৰিংত তেওঁৰ সফলতাই বহুতো ভাৰতীয়ক অনুপ্ৰাণিত কৰে। তেওঁৰ অধ্যৱসায় আৰু সংকল্প প্ৰশংসনীয়। ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। ভৱিষ্যতে তেওঁৰ প্ৰচেষ্টাৰ বাবে শুভকামনা। #ট’কিঅ’২০২০"
***
DS/SH/RD
(ৰিলিজ আই ডি : 1745815)
অতিথি কক্ষ : 210
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam