প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ পুৰুষৰ হকী দলে টকিঅ’, ২০২০ ত তেওঁলোকৰ সৰ্বোত্তম প্ৰদান কৰিছে আৰু সেয়াই গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
Posted On:
03 AUG 2021 11:38AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ পুৰুষৰ হকী দলে টকিঅ’, ২০২০ ত তেওঁলোকৰ সৰ্বোত্তম প্ৰদান কৰিছে আৰু সেয়াই গুৰুত্বপূৰ্ণ। তেখেতে তদুপৰি দলটোক পৰৱৰ্তী মেছ আৰু তেওঁলোকৰ অনাগত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনায়।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"জয় আৰু পৰাজয় হৈছে জীৱনৰ এটা অংশ। আমাৰ পুৰুষৰ হকী দলে #Tokyo2020 ত তেওঁলোকৰ সৰ্বোত্তম প্ৰদান কৰিছে আৰু সেয়াই গুৰুত্বপূৰ্ণ। দলটোক পৰৱৰ্তী মেটচ আৰু তেওঁলোকৰ অনাগত প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালো। আমাৰ খেলুৱৈসকলক লৈ ভাৰত গৌৰৱান্বিত।"
Wins and losses are a part of life. Our Men’s Hockey Team at #Tokyo2020 gave their best and that is what counts. Wishing the Team the very best for the next match and their future endeavours. India is proud of our players.
— Narendra Modi (@narendramodi) August 3, 2021
***
DS/SH/SB
(Release ID: 1742519)
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada