প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নন্দুৰবাৰত সংঘটিত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
ক্ষতিপূৰণ ঘোষণা
प्रविष्टि तिथि:
18 JUL 2021 11:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নন্দুৰবাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। তেখেতে তদুপৰি আহতসকলৰ দ্ৰুত আৰোগ্যৰ অৰ্থে প্ৰাৰ্থনা জনাইছে। তেখেতে নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ অৰ্থে ৫০,০০০ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
মহাৰাষ্ট্ৰৰ নন্দুৰবাৰৰ শোকৰ বাতৰিত মৰ্মাহত হৈছো। দুৰ্ঘটনাটোত প্ৰিয়জনক হেৰুৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো। আহতসকলৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনালো। নিহতসকলৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi
****
DS/SB
(रिलीज़ आईडी: 1742157)
आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam