প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিবলগীয়া ভাষণত অন্তৰ্ভূক্ত কৰাৰ বাবে আপোনালোকৰ মনৰ কথা প্ৰেৰণ কৰক
পোষ্ট কৰা হৈছে:
30 JUL 2021 11:06AM by PIB Guwahati
স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিবলগীয়া ভাষণত অন্তৰ্ভূক্ত কৰিব পৰাকৈ জনসাধৰণৰ মনৰ কথা প্ৰেৰণৰ আহ্বান জনাইছে ‘মাইগভ’(@mygovindia)য়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বাৰ্তা সংলগ্ন ‘মাইগভ’-ৰ এটি পোষ্টত কোৱা হৈছে
“লালকিল্লাৰ প্ৰাংগণৰ পৰা আপোনালোকৰ মনৰ কথা গুঞ্জৰিত হ’ব।
১৫ আগষ্টত দিবলগীয়া প্ৰধানমন্ত্ৰী@narendramodi-ৰ ভাষণত অন্তৰ্ভূক্ত কৰাৰ বাবে আপুনি কি প্ৰেৰণ কৰিম বুলি ভাবিছে? সেয়া @mygovindia-লৈ প্ৰেৰণ কৰক”।
****
DS/KB
(ৰিলিজ আই ডি : 1741179)
অতিথি কক্ষ : 190
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam