প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

পিএমএনআৰএফৰপৰা ক্ষতিপূৰণ ঘোষণা

प्रविष्टि तिथि: 23 JUL 2021 9:59PM by PIB Guwahati

তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি প্ৰাণ হেৰুৱাসকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ  ক্ষতিপূৰণ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

পিএমঅ’ৰ এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "তেলেংগানাৰ নগৰকুর্নলত সংঘটিত দুৰ্ঘটনাত প্ৰিয়জনক হেৰুৱাসকললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। নিহতসকলৰ নিকট আত্মীয়ক পিএমএনআৰএফৰপৰা ২ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব আৰু আহতসকলক ৫০,০০০ টকাকৈ আগবঢ়োৱা যাবঃ প্ৰধানমন্ত্ৰী মোদী।"

****

DS/SH/SB


(रिलीज़ आईडी: 1740501) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam