প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ আয়ুৰ্বেদিক চিকিৎসক ডাঃ পিকে ওৱাৰিয়াৰৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
10 JUL 2021 4:25PM by PIB Guwahati
প্ৰসিদ্ধ আয়ুৰ্বেদিক চিকিৎসক ডাঃ পিকে ওৱাৰিয়াৰৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ডাঃ পিকে ওৱাৰিয়াৰৰ মৃত্যুত শোকাহত হৈছো। আয়ুৰ্বেদৰ জনপ্ৰিয়কৰণৰ অৰ্থে তেওঁৰ বৰঙণি সদায়েই স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জনালো। ঔম শান্তি।"
****
DS/SH/SB
(रिलीज़ आईडी: 1734945)
आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam