প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰপতি জোভেনেল মোয়েইছৰ হত্যাৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 JUL 2021 8:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাইতিৰ ৰাষ্ট্ৰপতি জোভেনেল মোয়েইছৰ হত্যাকাণ্ড আৰু  ফাৰ্ষ্ট লেডী মাৰ্টিন মোয়েইছৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘ৰাষ্ট্ৰপতি জোভেনেল মোয়েইছৰ হত্যাকাণ্ড আৰু  ফাৰ্ষ্ট লেডী মাৰ্টিন মোয়েইছৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত দুখিত। ৰাষ্ট্ৰপতি মোয়েইছৰ পৰিয়াল আৰু হাইতিৰ জনসাধাৰণলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।’

*****

DS/VJ/KG


(रिलीज़ आईडी: 1734486) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam