প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘চি এ দিৱস’ত চাৰ্টাৰ্ড একাউণ্টেণ্টসকললৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JUL 2021 9:50AM by PIB Guwahati
‘চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস’ত দেশৰ চাৰ্টাৰ্ড একাটেণ্টণ্টসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত, প্ৰধানমন্ত্ৰীয়ে কয়, “চি এ দিৱসত সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এইসকল লোকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰতৰ প্ৰতিষ্ঠানসমূহক গোলকীয় পৰিমণ্ডলত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাব পৰাকৈ উত্কৰ্ষ সাধনৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ মই ‘চিএ’-সকলক গোঁহাৰি জনাব খুজিছো।
***
DS/SH/KB
(रिलीज़ आईडी: 1732112)
आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam