প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন সাংসদ শাৰদ ত্ৰিপাঠীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 01 JUL 2021 9:46AM by PIB Guwahati

প্ৰাক্তন সাংসদ শাৰদ ত্ৰিপাঠীৰ অকাল মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "শাৰদ ত্ৰিপাঠীৰ অকাল বিয়োগে মোৰ দৰে আন বহুতকে শোকস্তব্ধ কৰি তুলিছে। তেওঁ সমাজ সেৱা আৰু নিপীড়িতসকলৰ অৰ্থে কাম কৰি ভাল পাইছিল। তেওঁ সন্ত কবীৰ দাস জীৰ আদৰ্শৰাজি জনপ্ৰিয়কৰণৰ অৰ্থে একক প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ সমবেদনা জনালো। ঔম শান্তি।"

*****

DS/SH/SB


(ৰিলিজ আই ডি : 1732100) অতিথি কক্ষ : 192