প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি

प्रविष्टि तिथि: 23 JUN 2021 8:41AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

এই টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত স্মৰণ কৰা হৈছে৷ তেওঁৰ মহৎ আদর্শ, উন্নত চিন্তাভাৱনা আৰু মানৱ সেৱা কৰাৰ প্রতিশ্রুতি আমাৰ প্রতিনিয়ত অনুপ্রেৰণা যোগায়। ৰাষ্ট্ৰীয় সংহতিৰ লক্ষ্যৰে তেওঁৰ প্রচেষ্টা কেতিয়াও পাহৰা নাই৷”

***

DS/DB


(रिलीज़ आईडी: 1730185) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam