প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত কবীৰ দাস জীৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
24 JUN 2021 3:14PM by PIB Guwahati
সন্ত কবীৰ দাস জীৰ জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত কবীৰ দাস জীয়ে কেৱল সামাজিক অপশক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াই নহয়, বিশ্বখনক মানৱতা আৰু প্ৰেমৰ পাঠো শিকাই গৈছে। তেওঁ দেখুৱাই থোৱা পথে ভাতৃত্ববোধ আৰু মংগল-কামনাৰ পথত অগ্ৰসৰ হ’বলৈ আহি থকা প্ৰজন্মসমূহক উদ্বুদ্ধ কৰি থাকিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি কেইবছৰমানৰ পূৰ্বে তেখেতৰ সন্ত কবীৰ দাসৰ মাঘাৰস্থিত নিৰ্বাণ স্থলী দৰ্শনৰ আলোকচিত্ৰ শ্বেয়াৰ কৰে।
DS/SB
(ৰিলিজ আই ডি : 1730182)
অতিথি কক্ষ : 279
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam