প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 19 JUN 2021 10:07AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰৰ বিয়োগত শোক প্ৰকাশ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ডিপিআইআইটিৰ সচিব ড০ গুৰুপ্ৰসাদ মহাপাত্ৰৰ বিয়োগত দুঃখিত হৈছো৷ মই তেওঁৰ সৈতে গুজৰাট আৰু কেন্দ্ৰত বহু সময়ধৰি কাম কৰিলো৷ প্ৰশাসনিক দিশত তেওঁৰ এক অসাধাৰণ দক্ষতা আছে আৰু তেওঁ অভিনৱ কাম-কাজৰ বাবে জনপ্ৰিয় আছিল৷ তেওঁৰ পৰিয়ালৰ লগতে বন্ধুবৰ্গকো সমবেদনা জ্ঞাপন কৰিছো৷ ওম শান্তি৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1729601) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam