প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইৰানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইব্ৰাহিম ৰেইজিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 20 JUN 2021 2:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইব্ৰাহিম ৰেইজিক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ইৰানৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ইব্ৰাহিম ৰেইজিক অভিনন্দন জনাইছো৷ ভাৰত আৰু ইৰানৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে মই তেওঁৰ সৈতে কাম কৰিবলৈ আগ্ৰহী হৈ আছো৷”

***

D/SH/DB


(ৰিলিজ আই ডি : 1729600) অতিথি কক্ষ : 191