প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডঃ কেনেথ ডেভিড কাউণ্ডাৰ প্রয়াণত প্রধানমন্ত্রীৰ শোক প্রকাশ

Posted On: 17 JUN 2021 10:54PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জাম্বিয়াৰ প্রথম ৰাষ্ট্রপতি  ডঃ কেনেথ ডেভিড কাউণ্ডাৰ প্রয়াণত শোক প্রকাশ কৰিছে।

 

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, “ডঃ কেনেথ ডেভিড কাউণ্ডাৰ মৃত্যু সংবাদ পাই মই শোকাহত। তেওঁ আছিল সর্বজনশ্রদ্ধেয় নেতা আৰু সমাজসেৱী। তেওঁৰ পৰিয়াল পৰিজন আৰু জাম্বিয়াৰ জনসাধাৰণক মই সমবেদনা জনাইছো।"

***

DS/SH



(Release ID: 1728848) Visitor Counter : 115