প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অমৃতভাই কাদিওয়ালাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 12 JUN 2021 7:19PM by PIB Guwahati

অমৃতভাই কাদিওয়ালাৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আৰএছএছৰ গুজৰাট প্ৰান্তৰ নেতা অমৃতভাই কাদিওয়ালাৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ সামাজিক বৰঙণি চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ অৰ্থে আন্তৰিক প্ৰাৰ্থনা জনালো....ঔম শান্তি।"

***

DS/SH/SB


(ৰিলিজ আই ডি : 1726739) অতিথি কক্ষ : 187