স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সূদীৰ্ঘ ৪০ দিনৰ পাছত দেশত দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ২ লাখৰ তললৈ আহিছে

মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৫,৮৬,৭৮২জনলৈ হ্ৰাস পাইছে

দৈনিক পজিটিভিটিৰ হাৰ বৰ্তমান ৯.৫৪% হৈছে

ৰাষ্ট্ৰজোৰা টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰায় ২০ কোটি লোকক টিকাকৰণ কৰা হৈছে

বিগত ২৪ ঘণ্টাত দেশত ১৮-৪৪ বছৰ বয়সৰ ১২.৮২লাখক টিকাকৰণ কৰা হৈছে, যিটো ১ মে’, ২০২১ত আৰম্ভ হোৱাৰ পৰা সৰ্বাধিক

Posted On: 25 MAY 2021 11:27AM by PIB Guwahati

ভাৰতত ক’ভিড-১৯ৰ যুঁজৰ নিৰাশাৰ মাজতে এক আশাব্যঞ্জক খবৰ এই যে সূদীৰ্ঘ ৪০ দিনৰ পাছত দেশত দৈনিক আক্ৰান্তৰ সংখ্যা ২ লাখৰ তললৈ আহিছে(১৪ এপ্ৰিল, ২০২১ত আছিল ১,৮৪,৩৭২জন)৷ বিগত ২৪ ঘণ্টাত দেশত ১,৯৬,৪২৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0013Q26.png

মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যাও ২৫,৮৬,৭৮২জন হ্ৰাস পাইছে৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা সৰ্বোচ্চ হোৱা ১০ মে’ৰ পাছৰ পৰা লাহে লাহে হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাতে ১,৩৩,৯৩৪জন ৰোগী হ্ৰাস পাইছে৷ বৰ্তমান দেশৰ মুঠ আক্ৰান্ত ৰোগীৰ ৯.৬০%হৈ চিকিৎসাধীন হৈ আছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0029U5A.png

ভাৰতত একেৰাহে ১২দিন নতুন আক্ৰান্ততকৈ আৰোগ্যৰ সংখ্যা বৃদ্ধি পাই আহিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩,২৬,৮৫০জন ৰোগী আৰোগ্য হৈছে৷

ভাৰতৰ মুঠ আৰোগ্য ৰোগীৰ সংখ্যা আজি ২,৪০,৫৪,৮৬১জনলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰো ৮৯.২৬%লৈ উন্নীত হৈছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image003ARO9.png

https://static.pib.gov.in/WriteReadData/userfiles/image/image004FHRR.png

বিগত ২৪ ঘণ্টাত দেশত ২০,৫৮,১১২টা ক’ভিড পৰীক্ষা কৰা হৈছে৷ এতিয়ালৈকে ৩৩,২৫,৯৪,১৭৬টা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ দৈনিক পজিটিভিটিৰ হাৰ আজি ৯.৫৪% লৈ হ্ৰাস পাইছে৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image005FWKM.png

আজি পুৱা ৭ বজালৈকে ২৮,৪১,১৫১টা পৰ্বৰ জৰিয়তে মুঠ ১৯,৮৫,৩৮,৯৯৯টা ভেকচিন ড’জ প্ৰদান কৰা হৈছে৷ ইয়াৰে ভিতৰত ৯৭,৭৯,৩০৪গৰাকী স্বাস্থ্যকৰ্মীৰ প্ৰথম ড’জ আৰু ৬৭,১৮,৭২৩গৰাকী স্বাস্থ্যকৰ্মীক দ্বিতীয় ড’জ, ১,৫০,৭৯,৯৬৪গৰাকী আগশাৰীৰ কৰ্মীৰ প্ৰথম ড’জ আৰু ৮৩,৫৫,৯৮২গৰাকী আগশাৰীৰ কৰ্মীক দ্বিতীয় ড’জ, ১৮-৪৪ বছৰ বয়সৰ ১,১৯,১১,৭৫৯গৰাকীক প্ৰথম ড’জ, ৪৫ৰ পৰা ৬০ বছৰ বয়সৰ মাজৰ ৬,১৫,৪৮,৪৮৪জন লোকক প্ৰথম ড’জ আৰু ৯৯,১৫,২৭৮জন লোকক দ্বিতীয় ড’জ আৰু ৬০ বছৰ বয়সতকৈ ঊৰ্ধ্বৰ ৫,৬৯,১৫,৮৬৩গৰাকী হিতাধিকাৰীক প্ৰথম ড’জ আৰু ১,৮৩,১৩,৬৪২গৰাকী হিতাধিকাৰীক দ্বিতীয় ড’জ প্ৰদান কৰা হৈছে৷

স্বাস্থ্যকৰ্মী

প্ৰথম ড’জ

৯৭,৭৯,৩০৪

৯৭,৫২,৯০০

 

দ্বিতীয় ড’জ

৬৭,১৮,৭২৩

৬৭,০০,৬১৪

 

আগশাৰীৰ কৰ্মী

প্ৰথম ড’জ

,৫০,৭৯,৯৬৪

,৪৯,৫২,৩৪৫

 

দ্বিতীয় ড’জ

৮৩,৫৫,৯৮২

৮৩,২৬,৫৩৪

 

১৮-৪৪ বছৰ বয়সৰ

প্ৰথম ড’জ

,১৯,১১,৭৫৯

৯৯,৯৩,৯০৮

 

৪৫-৬০ বছৰ বয়সৰ

প্ৰথম ড’জ

,১৫,৪৮,৪৮৪

,০৬,৯০,৫৬০

 

দ্বিতীয় ড’জ

৯৯,১৫,২৭৮

৯৭,৮৭,২৮৯

 

৬০ বছৰ ঊৰ্ধ্বৰ

প্ৰথম ড’জ

,৬৯,১৫,৮৬৩

,৬৫,৫৫,৫৫৮

 

দ্বিতীয় ড’জ

,৮৩,১৩,৬৪২

,৮২,৪৪,৪৭৬

 

 

মুঠ

১৯,৮৫,৩৮,৯৯৯

১৯,৫০,০৪,১৮৪

 

 

বিগত ২৪ ঘণ্টাত দেশত ১৮-৪৪ বছৰ বয়সৰ ১২.৮২লাখক টিকাকৰণ কৰা হৈছে৷ এয়া ১ মে’, ২০২১ত আৰম্ভ হোৱাৰ পৰা সৰ্বাধিক হিচাপে বিবেচিত হৈছে৷

****

MV



(Release ID: 1721604) Visitor Counter : 241