প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সীতাৰাম য়েছুৰীৰ পুত্ৰবিয়োগত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
22 APR 2021 9:55AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী সীতাৰাম য়েছুৰীৰ পুত্ৰ আশীষৰ শোকাবহ আৰু অকালমৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
আজি এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰী সীতাৰাম য়েছুৰী ডাঙৰীয়াৰ পুত্ৰ আশীষৰ শোকাবহ আৰু অকালমৃত্যুত য়েছুৰী ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা যাচিছোঁ। ঔঁম শান্তি।”
***
DS/SH/RD
(ৰিলিজ আই ডি : 1721203)
অতিথি কক্ষ : 77