প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অধ্যাপক এম. এছ. নৰসিংহনৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
16 MAY 2021 11:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপক এম. এছ. নৰসিংহনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
‘অধ্যাপক এম. এছ. নৰসিংহনক এগৰাকী অসাধৰণ গণিতজ্ঞ হিচাপে স্মৰণ কৰা হ’ব, যিয়ে বিশ্বজুৰি এক অভূতপূৰ্ব প্ৰভাৱ পেলাইছিল।গণিতৰ বাহিৰেও তেওঁ এনে কিছু কাম কৰিছিল যিয়ে তেওঁক এক সুকীয়া পৰিচিতি প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।’
********
DS/SH/KG
(रिलीज़ आईडी: 1719252)
आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam