প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ সাংসদ ৰাজীৱ সাতৱৰ বিয়োগত শোক প্ৰকাশ কৰে

পোষ্ট কৰা হৈছে: 16 MAY 2021 11:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সাংসদ ৰাজীৱ সাতৱৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কয়, 'সংসদৰ মোৰ মিত্ৰ শ্ৰী ৰাজীৱ সাতৱজীৰ বিয়োগত ব্যথিত হৈছো। তেওঁ বহুত শক্তিশালী সম্ভাৱনাপূৰ্ণ নেতা আছিল। তেওঁৰ পৰিয়ালৰ লোক, বন্ধুবৰ্গ আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জনাইছো। ঔম শান্তি।'

*********

 

DS/SH


(ৰিলিজ আই ডি : 1719069) অতিথি কক্ষ : 187