প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বাসৱ জয়ন্তী উপলক্ষে জগতগুৰু বাসৱেশ্বৰাক প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
14 MAY 2021 9:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগতগুৰু বাসৱেশ্বৰাক প্ৰণিপাত জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “বাসৱ জয়ন্তীৰ এই বিশেষ পৰ্ব উপলক্ষে মই জগতগুৰু বাসৱেশ্বৰালৈ প্ৰণিপাত জনাইছো৷ তেওঁৰ মহান শিক্ষা, বিশেষকৈ সামাজিক সবলীকৰণ, সংহতি, ভাতৃত্ববোধ আৰু দয়াৰ মনোভাৱে বহু লোকক প্ৰেৰণা যোগায়৷”
***
DS/SH/DB
(ৰিলিজ আই ডি : 1718634)
অতিথি কক্ষ : 223
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada