প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 09 MAY 2021 10:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে নিজৰ অপ্ৰতীম সাহস, শৌৰ্য আৰু যুদ্ধ কৌশলৰ জৰিয়তে মা ভাৰতীক গৌৰৱান্বিত কৰা মহান যোদ্ধা মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো৷ মাতৃভূমিৰ প্ৰতি তেওঁৰ ত্যাগ আৰু সমৰ্পণ সদায় স্মৰণীয় হৈ ৰ’ব৷

*****

DS/DB



(Release ID: 1717931) Visitor Counter : 142