স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰত চৰকাৰে “সম্পূৰ্ণ চৰকাৰ” প্ৰচেষ্টাৰে বৈশ্বিক সাহাৰ্য্য হিচাপে লাভ কৰা অক্সিজেন কনচেনট্ৰেটৰ, চিলিণ্ডাৰ, জেনেৰেশ্যন প্লান্ট আৰু ৩.৪ লাখৰো অধিক বটল ৰেমডেচিভিৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ক্ষীপ্ৰতাৰে আগবঢ়াইছে

৬১ দিনৰ পাছত ২৪ ঘন্টাৰ আৰোগ্য লাভৰ ঘটনাই দৈনিক নতুন ক’ভিড ঘটনাক অতিক্ৰম কৰিলে

দুমাহৰ পাছত প্ৰথম বাৰৰ বাবে ৩০,০১৬ সক্ৰিয় কেছল’ড হ্ৰাস পালে

এতিয়ালৈকে ১৮-৪৪ বছৰ বয়সৰ ২৫.৫ লাখৰো অধিক হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হৈছে

Posted On: 11 MAY 2021 11:40AM by PIB Guwahati

এতিয়ালৈকে বৈশ্বিক সাহাৰ্য্য হিচাপে ভাৰতে লাভ কৰা ৮,৯০০ অক্সিজেন কনচেনট্ৰেটৰ, ৫,০৪৩ অক্সিজেন চিলিণ্ডাৰ, ১৮ অক্সিজেন জেনেৰেশ্যন প্লান্ট, ৫,৬৯৮ ভেন্টিলেটৰ/ Bi PAP আৰু ৩.৪ লাখৰো অধিক বটল ৰেমডেচিভিৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ তেওঁলোকৰ ক’ভিড সঁহাৰি সুদৃঢ়কৰণ আৰু পৰিপূৰণৰ অৰ্থে বিতৰণ/প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰখনে দ্ৰুত কাষ্টম মঞ্জুৰী আৰু বায়ু আৰু স্থল পথ ব্যৱহাৰৰ জৰিয়তে বৈশ্বিক সাহাৰ্য্যসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ক্ষীপ্ৰতাৰে সৰবৰাহ কৰাটো নিশ্চিত কৰিছে।

সম্প্ৰসাৰিত ৰাষ্ট্ৰজোৰা টিকাদান অভিযানৰ ৩য়-পৰ্যায় হিচাপে সমগ্ৰ দেশখনতে প্ৰদান কৰা ক’ভিড-১৯ ভেকচিন পালিৰ মুঠ সংখ্যাই ১৭.২৭ কোটি অতিক্ৰম কৰিছে।

দুমাহ (৬১ দিন) ৰ পাছত প্ৰথমবাৰৰ বাবে যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছল’ডৰপৰা ৩০,০১৬ টা ঘটনা হ্ৰাস পাইছে।

তদুপৰি, ৬১ দিনৰ পাছত, যোৱা ২৪ ঘন্টাৰ নতুন আৰোগ্য লাভৰ ঘটনাই নতুন ঘটনাক অতিক্ৰম কৰা দেখা যায়।

ভাৰতৰ দৈনিক নতুন ঘটনা আৰু আৰোগ্য লাভৰ ঘটনাৰ পৰিসংখ্যা তলত উল্লেখ কৰা হৈছে।

আজি পুৱা ৭ বজালৈকে লাভ কৰা অস্থায়ী প্ৰতিবেদন অনুসৰি, ২৫,১৫,৫১৯ ছেচনজুৰি মুঠ ১৭,২৭,১০,০৬৬ পালি ভেকচিন প্ৰদান কৰা হয়। ইয়াৰ অন্তৰ্ভুক্ত হৈছেঃ ৯৫,৬৪,২৪২ হেল্থ কেয়াৰ কৰ্মীক ১ম পালি আৰু ৬৫,০৫,৭৪৪ হেল্থ কেয়াৰ কৰ্মীক ২য় পালি, ১,৪০,৫৪,০৫৮ ফ্ৰন্ট লাইন কৰ্মী (১ম পালি), ৭৮,৫৩,৫১৪ ফ্ৰন্ট লাইন কৰ্মী (২য় পালি), ১৮-৪৫ বছৰ বয়সৰ ২৫,৫৯,৩৩৯ হিতাধিকাৰী (১ম পালি), ৪৫ ৰপৰা ৬০ বছৰ বয়সৰ ৫,৫৫,১০,৬৩০ হিতাধিকাৰী (১ম পালি) আৰু ৭১,৯৫,৬৩২ হিতাধিকাৰী (২য় পালি)। ৬০ বছৰ বয়সৰ উৰ্ধ ৫,৩৮,০৬,২০৫ হিতাধিকাৰীক ১ম পালি আৰু ১,৫৬,৬০,৭০২ হিতাধিকাৰীক ২য় পালি প্ৰদান কৰা হৈছে।

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

৯৫,৬৪,২৪২

২য় পালি

৬৫,০৫,৭৪৪

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

১,৪০,৫৪,০৫৮

২য় পালি

৭৮,৫৩,৫১৪

১৮-৪৪ বছৰ বয়স

১ম পালি

২৫,৫৯,৩৩৯

৪৫ ৰপৰা ৬০ বছৰ বয়স

১ম পালি

৫,৫৫,১০,৬৩০

২য় পালি

৭১,৯৫,৬৩২

৬০ বছৰ বয়সৰ উৰ্ধ

১ম পালি

৫,৩৮,০৬,২০৫

২য় পালি

১,৫৬,৬০,৭০২

 

মুঠ

১৭,২৭,১০,০৬৬

দেশখনত এতিয়ালৈকে প্ৰদান কৰা মুঠ পালিৰ ৬৬.৭% প্ৰদান কৰা হৈছে দহখন ৰাজ্যত।

যোৱা ২৪ ঘন্টাত ১৮-৪৪ বছৰ বয়সৰ ৫,২৪,৭৩১ হিতাধিকাৰীয়ে প্ৰথম পালি কভিড ভেকচিন গ্ৰহণ কৰে আৰু টিকাদান অভিযানৰ ৩য়-পৰ্যায়ৰ আৰম্ভণিৰেপৰা ৩০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ২৫,৫৯,৩৩৯। তলত উল্লেখিত তালিকাত এতিয়ালৈকে ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীয়ে লাভ কৰা মুঠ ভেকচিনৰ পালিৰ পৰিসংখ্যা উল্লেখ কৰা হৈছে।

ক্ৰমিক নং

ৰাজ্য

মুঠ

আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ

১,০৫৯

অন্ধ্ৰ প্ৰদেশ

৮১২

অসম

১,০৬,৭৫০

বিহাৰ

১,৭৯,৫০৭

চণ্ডীগড়

চত্তীশগড়

১,০২৬

দিল্লী

৩,৬৬,৩৯১

গোৱা

১,২২৮

গুজৰাট

৩,২৪,১৯২

১০

হাৰিয়ানা

২,৯৪,১০৯

১১

হিমাচল প্ৰদেশ

১৪

১২

জম্মু-কাশ্মীৰ

২৯,১৩৯

১৩

ঝাৰখণ্ড

৯৪

১৪

কৰ্ণাটক

২১,৪৮৫

১৫

কেৰালা

৩৯৭

১৬

লাডাখ

৮৬

১৭

মধ্য প্ৰদেশ

৪৮,৯১০

১৮

মহাৰাষ্ট্ৰ

৫,১০,৫১৮

১৯

মেঘালয়

২০

নাগালেণ্ড

২১

ওড়িশা

৫০,০৬২

২২

পুডুচেৰী

২৩

পঞ্জাৱ

৪,১৬৩

২৪

ৰাজস্থান

৪,১৩,৪১১

২৫

তামিল নাডু

১৬,৭৩৫

২৬

তেলেংগানা

৫০০

২৭

ত্ৰিপুৰা

২৮

উত্তৰ প্ৰদেশ

১,৬৭,৩০৮

২৯

উত্তৰাখণ্ড

১৪,৩৪০

৩০

পশ্চিম বংগ

৭,০৯২

মুঠ

২৫,৫৯,৩৩৯

যোৱা ২৪ ঘন্টাত ২৫ লাখৰো অধিক পালি ভেকচিন প্ৰদান কৰা যায়।

টিকাদান অভিযানৰ ১১৫-সংখ্যক দিন (১০ মে’, ২০২১) ত, ২৫,০৩,৭৫৬ পালি ভেকচিন প্ৰদান কৰা হয়। ১৮,৫৪২ ছেচনজুৰি, ১০,৭৫,৯৪৮ হিতাধিকাৰীক ১ম পালি আৰু ১৪,২৭,৮০৮ হিতাধিকাৰীক ২য় পালি ভেকচিন প্ৰদান কৰা হয়।

তাৰিখঃ ১০ মে’, ২০২১ (দিন-১১৫)

হেল্থ কেয়াৰ কৰ্মী

১ম পালি

১৬,৭৫৪

২য় পালি

৩৩,৯৩১

ফ্ৰন্ট লাইন কৰ্মী

১ম পালি

৭৯,৪১৭

২য় পালি

৯৬,৮৮৪

১৮-৪৪ বছৰ বয়স

১ম পালি

,২৪,৭৩১

৪৫ ৰপৰা ৬০ বছৰ বয়স

১ম পালি

,২৫,৩৪২

২য় পালি

,২৬,২১৩

৬০ বছৰ বয়সৰ উৰ্ধ

১ম পালি

,২৯,৭০৪

২য় পালি

,৭০,৭৮০

মুঠ

১ম পালি

১০,৭৫,৯৪৮

২য় পালি

১৪,২৭,৮০৮

আজি ভাৰতত মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হয় ১,৯০,২৭,৩০৪ টা। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হয় ৮২.৭৫%।

যোৱা ২৪ ঘন্টাত ৩,৫৬,০৮২ ৰোগীয়ে আৰোগ্য লাভ কৰে।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭২.২৮% হৈছে দহখন ৰাজ্যৰ।

যোৱা ২৪ ঘন্টাত ৩,২৯,৯৪২ টা নতুন ঘটনা লাভ কৰা যায়।

যোৱা ২৪ ঘন্টাত লাভ কৰা নতুন ঘটনাৰ ৬৯.৮৮% লাভ কৰা যায় দহখন ৰাজ্যত।

কৰ্ণাটকত দৈনিক নতুন ঘটনা সৰ্বাধিক ৩৯,৩০৫ টা। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰত ৩৭,২৩৬ টাৰ সমান্তৰালভাৱে তামিল নাডুত ২৮,৯৭৮ টা নতুন ঘটনা লাভ কৰা হৈছে।

আজি ভাৰতৰ মুঠ সক্ৰিয় কেছল’ড ৩৭,১৫,২২১ লৈ অৱনমিত হয়। এতিয়া ইয়াৰ হাৰ দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১৬.১৬%।

দুমাহ (৬১ দিন) ৰ পাছত প্ৰথমবাৰৰ বাবে যোৱা ২৪ ঘন্টাত মুঠ সক্ৰিয় কেছলডৰপৰা ৩০,০১৬ টা ঘটনা হ্ৰাস পালে।

ভাৰতৰ মুঠ সক্ৰিয় ঘটনাৰ ৮২.৬৮% লাভ কৰা যায় ১৩ খন ৰাজ্যত।

দেশখনৰ মুঠ সক্ৰিয় ঘটনাৰ ২৪.৪৪% নিম্ন উল্লেখিত ১০ খন জিলাত লাভ কৰা হৈছে।

ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ সম্প্ৰতি ১.০৯% হৈছে।

যোৱা ২৪ ঘন্টাত ৩,৮৭৬ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

নতুন মৃত্যুৰ ঘটনাৰ ৭৩.০৯% সংঘটিত হৈছে দহখন ৰাজ্যত। কৰ্ণাটকত মৃত্যুৰ ঘটনা সৰ্বাধিক ৫৯৬ টা। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰত ৫৪৯ টা দৈনিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

****

MV/SB

HFW/COVID States data/11th May2021/2



(Release ID: 1717743) Visitor Counter : 191