প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

যোগ গুৰু স্বামী আধ্যাত্মানন্দজীৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 08 MAY 2021 3:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ গুৰু স্বামী আধ্যাত্মনন্দজীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জটিল আধ্যাত্মিক বিষয়সমূহ ব্যাখ্যা কৰাৰ তেওঁৰ সৰল পদ্ধতিৰ কথা স্মৰণ কৰে। যোগ শিক্ষাৰ লগতে আহমেদাবাদৰ শিৱানন্দ আশ্ৰমৰ জৰিয়তে নানান গঠনমূলক কাৰ্যকলাপৰ  মাধ্যমেৰে স্বামীজীয়ে কিদৰে সমাজক সেৱা আগবঢ়াইছিল সেই কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

*****

DS/AK/KG


(Release ID: 1717369) Visitor Counter : 170