প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী প্ৰতাপভাই শ্বাহৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 06 MAY 2021 5:42PM by PIB Guwahati

গুজৰাটৰ প্ৰাক্তন বিত্ত মন্ত্ৰী শ্ৰী প্ৰতাপভাই শ্বাহৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা জীৱন আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ শ্ৰী শ্বাহে আগবঢ়াই থৈ যোৱা অৰিহণা শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনাও জ্ঞাপন কৰে।

 

 

*****

DS/KB


(ৰিলিজ আই ডি : 1716718) অতিথি কক্ষ : 147