প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পণ্ডিত ৰাজন মিশ্ৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
25 APR 2021 8:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সংগীত শিল্পী পণ্ডিত ৰাজন মিশ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, "শাস্ত্ৰীয় গীতৰ জগতত এক অনিৰ্বচনীয় প্ৰভাৱ পেলোৱা পণ্ডিত ৰাজেন মিশ্ৰজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। বেনাৰস ঘৰানাৰ পৰা মিশ্ৰজীৰ প্ৰস্থান কলা আৰু সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছো।
****
DS/RD
(ৰিলিজ আই ডি : 1715630)
অতিথি কক্ষ : 196
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam