প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চোলি চোৰাবজীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 30 APR 2021 11:32AM by PIB Guwahati

চোলি চোৰাবজীৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, শ্ৰী মোদীয়ে কয়ঃ

“চোলি চোৰাবজী এজন অসামান্য আইনজীৱী আৰু বুদ্ধিজীৱী আছিল। আইনৰ মাধ্যমেৰে, দৰিদ্ৰ আৰু নিপীড়িতসকলক সহায়ত তেওঁ অগ্ৰদূত আছিল। ভাৰতৰ এটৰ্নী জেনেৰেল হিচাপে লক্ষ্যণীয় কাৰ্যকালৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। তেওঁৰ বিয়োগত শোকাহত হৈছো। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকললৈ সমবেদনা জনাইছো।”

***

DS/SB


(रिलीज़ आईडी: 1715616) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam