প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ আয়োজন কৰা উচ্চ-পৰ্যায়ৰ বৈঠকৰ বাবে পশ্চিম বংগ ভ্ৰমণ বাতিল কৰে
प्रविष्टि तिथि:
22 APR 2021 5:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ আয়োজন কৰা উচ্চ-পৰ্যায়ৰ বৈঠকৰ বাবে পশ্চিম বংগ ভ্ৰমণ বাতিল কৰে।
শ্ৰী মোদীয়ে টুইটাৰত কয়, ‘কাইলৈ মই ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰিম। সেয়ে, মই পশ্চিম বংগলৈ যাব নোৱাৰিম।’
********
DS/AK/MS
(रिलीज़ आईडी: 1713713)
आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam