প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসামৰিক সেৱা দিৱস উপলক্ষে চিভিল সেৱকসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 APR 2021 9:19AM by PIB Guwahati

অসামৰিক সেৱা দিৱস উপলক্ষে চিভিল সেৱকসকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এটা টুইটত শ্ৰী মোদীয়ে কয়ঃ

“অসামৰিক সেৱা দিৱস উপলক্ষে সকলো চিভিল সেৱককে অলেখ শুভেচ্ছা জনালো। ভিন্ন প্ৰান্ত আৰু বিভিন্ন খণ্ডত, তেওঁলোকে আমাৰ নাগৰিকক সহায় আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ বৰ্ধনৰ অৰ্থে অক্লান্তভাৱে কাম কৰি আছে। তেওঁলোকে যেন একেই উদ্দীপনাৰে ৰাষ্ট্ৰখনলৈ সেৱা আগবঢ়াই যায়, তাৰেই কামনা কৰিলো।”

 

************

DS/SB


(रिलीज़ आईडी: 1713353) आगंतुक पटल : 261
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam