প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাম নৱমী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ক’ৰোনাৰ সুৰক্ষাৰ বাবে মৰ্যাদা বজাই ৰখাৰ লগতে সকলো প্ৰতিৰোধী ব্যৱস্থা মানি চলাৰ আহ্বান

प्रविष्टि तिथि: 21 APR 2021 9:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম নৱমী উপলক্ষে দেশবাসীক শুভেচ্ছা জনোৱাৰ লগতে সকলোকে ভগৱান ৰামে আশীৰ্বাদ প্ৰদান থাকিব বুলি কামনা কৰে৷

শ্ৰী মোদীয়ে টুইটাৰযোগে কয় যে মৰ্যাদাপুৰুষোত্তম শ্ৰীৰামৰ বাণী অনুসৰি আমি সকলোৱে ক’ৰোনাৰ সংকটকালত সকলো ধৰণৰ বিধি মানি চলিব লাগিব। তেওঁ পুনৰ ঔষধ খোৱা আৰু কঠোৰতা বজাই ৰখাৰ ওপৰত নজৰ দিবলৈ কয়।

 

*******************

DS/DB


(रिलीज़ आईडी: 1713348) आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam