প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৱিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
13 APR 2021 10:03PM by PIB Guwahati
পৱিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে শ্ৰী মোডীয়ে কয়, ‘ৰমজানে দৰিদ্ৰ আৰু দুখীয়া লোকসকলক সেৱা আগবঢ়োৱাৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে। ই সমতা, ভাতৃত্ববোধ আৰু সহানুভূতিৰ গুৰুত্বকো পুনৰায় নিশ্চিত কৰে’।
************
DS/KG
(रिलीज़ आईडी: 1712392)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada