প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

Posted On: 09 APR 2021 8:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক প্ৰণাম জনাইছে৷ টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়,

“জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰী শ্ৰী হৰিচন্দ্ৰ ঠাকুৰৰ প্ৰতি প্ৰণিপাত জনাইছো৷ তেওঁ জীৱন আৰু আদৰ্শই বহু লোকক শক্তি যোগাই আহিছে৷ তেওঁ শিক্ষা আৰু সামাজিক সবলীকৰণৰ প্ৰতি অধিক গুৰুত্ব দিছিল৷ মটুৱা সম্প্ৰদায়ৰ দয়া আৰু কৰুণাৰ চৰিত্ৰত তেওঁৰ মূল্যবোধ প্ৰতিফলিত হয়৷”

প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁৰ ওৰাকান্দি ঠাকুৰবাৰী ভ্ৰমণৰ সময়ত শেহতীয়া ভাষণো শ্বেয়াৰ কৰে৷

“কেইসপ্তাহমান পূৰ্বে মই ওৰাকান্দি ঠাকুৰবাৰীলৈ গৈছিলো। মই সদায় সেই মুহূৰ্তবোৰ উদযাপন কৰিছো৷ ওৰাকান্দিত সভাত মোক ভাষণ শ্বেয়াৰ কৰিলো৷”

******

DS/DB



(Release ID: 1710812) Visitor Counter : 167