প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্বৰ বৃহত্তম ৰে’ল সেতু চেনাব সেতুৰ আর্ক নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে প্রধানমন্ত্রীৰ প্রশংসা

प्रविष्टि तिथि: 05 APR 2021 7:50PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাৰতীয় ৰে’লৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত বিশ্বৰ বৃহত্তম ৰে’ল সেতু, চেনাব সেতুৰ আর্ক নির্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ বাবে প্রশংসা কৰে।

টুইটাৰযোগে প্রধানমন্ত্রীয়ে কয়, “দেশৰ জনসাধাৰণৰ ক্ষমতা আৰু বিশ্বাসে আজি বিশ্ববাসীৰ সন্মুখত  উদাহৰণ হিচাপে ধৰা দিছে। এই নির্মাণকাৰ্য কেৱল অত্যাধুনিক ইঞ্জিনিয়াৰিং আৰু প্রযুক্তিৰ ক্ষেত্রত ভাৰতৰ ক্রমৱর্ধমান ক্ষমতাৰ নিদর্শনেই নহয়, বৰঞ্চ এয়া ‘সংকল্পৰ পৰা সিদ্ধি লাভ’ৰ ভাৱনাৰ ক্ষেত্ৰত দেশৰ পৰিৱর্তিত কর্ম সংস্কৃতিৰো উদাহৰণ।

****

DS/SH/DB


(रिलीज़ आईडी: 1709997) आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam