প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ

प्रविष्टि तिथि: 26 MAR 2021 4:51PM by PIB Guwahati

ঐতিহাসিক দুদিনীয়া বাংলাদেশ ভ্ৰমণসসূচীৰ সময়ত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ এ. কে. আব্দুল মমিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সাৰ্বভৌমত্ব, সমতা, পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিভিত্তিক এক ব্যাপক কৌশলগত সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰে৷

****

DS/DB


(रिलीज़ आईडी: 1707999) आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam