পোষ্ট কৰা হৈছে:
17 MAR 2021 12:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম স্বৰূপ শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “শ্ৰী ৰাম স্বৰূপ শৰ্মা এগৰাকী সমৰ্পিত নেতা, যিগৰাকীয়ে সদায় জনসাধাৰণৰ সমস্যা সমাধানৰ প্ৰতি দায়বদ্ধ আছিল৷ তেওঁ নিৰৱচ্চিন্নভাৱে সমাজৰ ভালৰ বাবে কাম কৰি আহিছে৷ তেওঁৰ অকাল আৰু দুৰ্ভাগ্যজনক বিয়োগত মৰ্মাহত হৈছো৷ এই দুখৰ সন্ধিক্ষণত তেওঁৰ পৰিয়ালৰ লগতে সমৰ্থকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ ঔঁম শান্তি৷”
****
DS/SH/DB