প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিজু পাটনায়কৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি

प्रविष्टि तिथि: 05 MAR 2021 10:42AM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিজু পাটনায়কৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷

টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “বিজু বাবুৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাইছো৷ ভাৰতৰ প্ৰতি ভৱিষ্যৎ পৰিকল্পনা, জনতাৰ সবলীকৰণত গুৰুত্বৰ লগতে সামাজিক ন্যায়ৰ প্ৰতি তেওঁৰ কাম-কাজে আমাৰ সকলোকে অনুপ্রাণিত কৰে৷ ওড়িশাৰ প্রগতিৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৱলীক লৈ দেশ গৌৰৱান্বিত৷”

 

********

DS/SH/DB


(रिलीज़ आईडी: 1702841) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam