প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী নন্দকুমাৰ সিং চৌহানৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
02 MAR 2021 11:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী নন্দকুমাৰ সিং চৌহানৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “খান্দৱাৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী নন্দকুমাৰ সিং চৌহানৰ বিয়োগত মৰ্মাহত হৈছো৷ সংসদীয় কাম-কাজ, সাংগঠনিক দক্ষতা আৰু মধ্যপ্ৰদেশত বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ সদায়েই স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো৷ ঔম শান্তি৷”
*****
DS/ VJ/DB
(ৰিলিজ আই ডি : 1702125)
অতিথি কক্ষ : 111
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam