প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিষ্ঠা দিৱস উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
प्रविष्टि तिथि:
20 FEB 2021 10:01AM by PIB Guwahati
প্ৰতিষ্ঠা দিৱস উপলক্ষে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰতিষ্ঠা দিৱসৰ বিশেষ উপলক্ষত অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জনালো। ৰাজ্যখনৰ লোকসকল তেওঁলোকৰ সংস্কৃতি, সাহসিকতা আৰু ভাৰতৰ উন্নয়নৰ অৰ্থে সবল অংগীকাৰৰ বাবে সৰ্বজনবিদিত। অৰুণাচল প্ৰদেশে যেন প্ৰগতিৰ নতুন-নতুন শিখৰ আৰোহণ কৰি গৈ থাকে, তাৰে কামনা কৰিলো।"
*****
AKJ/SB
(रिलीज़ आईडी: 1699716)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam