স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্বৰ শীৰ্ষৰ তৃতীয় স্থানত, ভাৰতৰ সৰ্বমুঠ টীকাকৰণৰ সংখ্যাই ৯৪ লাখ অতিক্ৰম কৰিলে

মুঠ আৰোগ্যৰ ঘটনা ঊৰ্ধমুখী, মুঠ ঘটনাৰ আৰোগ্য লাভৰ হাৰ ৯৭%ৰ অধিক

যোৱা ২৪ ঘণ্টাত ১৬খন ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলত নতুনকৈ কোভিড-১৯ত মৃত্যুৰ খবৰ নথিভুক্ত হোৱা নাই

Posted On: 18 FEB 2021 10:52AM by PIB Guwahati

সৰ্বাধিক লোকক টীকাকৰণ কৰাৰ সংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে শীৰ্ষৰ তৃতীয়, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউ কেৰ পিছতে।

১৮ ফেব্ৰুৱাৰী, ২০২১ৰ পুৱা ৮ বজালৈকে দেশত কোভিড-১৯ৰ বিৰুদ্ধে স্বাস্থ্য কৰ্মী (এইচচিডব্লিউ) আৰু আগশাৰীৰ কৰ্মীৰ মাজত সৰ্বমুঠ টীকাকৰণৰ সংখ্যাই ৯৪ লাখ অতিক্ৰম কৰিছে।

আজি পুৱা ৮ বজালৈকে প্ৰভিজনেল ৰিপ'ৰ্ট অনুসৰি ১,৯৯,৩০৫টা বৈঠকৰ জৰিয়তে ৯৪,২২,২২৮ পালি ভেকচিন সুফলভোগীক দিয়া হৈছে। ইয়াৰ ভিতৰত আছে ৬১,৯৬,৬৪১ স্বাস্থ্য কৰ্মী (প্ৰথম পালি), ৩,৬৯,১৬৭ স্বাস্থ্য কৰ্মী (দ্বিতীয় পালি) আৰু ২৮,৫৬,৪২০ আগশাৰীৰ কৰ্মী (প্ৰথম পালি)।

কোভিড-১৯ টীকাকৰণৰ দ্বিতীয় পালি ১৩ ফেব্ৰুৱাৰী ২০২১ত সেইসকল সুফলভোগীক দিবলৈ আৰম্ভ কৰা হয় যিসকলে প্ৰথম পালি লৈ ২৮ দিন সম্পূৰ্ণ কৰিছে। আগশাৰীৰ কৰ্মীসকলৰ টীকাকৰণ ২ ফেব্ৰুৱাৰী ২০২১ৰ পৰা আৰম্ভ কৰা হৈছিল।

 

ক্ৰঃ নং

ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চল

টীকাকৰণ কৰা সুফলভোগী

প্ৰথম ডোজ

দ্বিতীয় ডোজ

মুঠ ডোজ

 

 

১০

১১

১২

১৩

১৪

১৫

১৬

১৭

১৮

১৯

২০

২১

২২

২৩

২৪

২৫

২৬

২৭

২৮

২৯

৩০

৩১

৩২

৩৩

৩৪

৩৫

৩৬

৩৭

৩৮

এ আৰু এন আইলেণ্ডছ

অন্ধ্ৰপ্ৰদেশ

অৰুণাচল প্ৰদেশ

অসম

বিহাৰ

চণ্ডীগড়

ছত্তিশগড়

দাদৰা আৰু নগৰ হাভেলি

দমন আৰু দিউ

দিল্লী

গোৱা

গুজৰাট

হাৰিয়ানা

হিমাচল প্ৰদেশ

জম্মু আৰু কাশ্মীৰ

ঝাৰখণ্ড

কৰ্ণাটক

কেৰালা

লাডাখ

লাক্ষাদ্বীপ

মধ্যপ্ৰদেশ

মহাৰাষ্ট্ৰ

মণিপুৰ

মেঘালয়

মিজোৰাম

নাগালেণ্ড

উৰিষ্যা

পুডুচেৰী

পঞ্জাৱ

ৰাজস্থান

ছিকিম

তামিলনাডু

তেলেংগানা

ত্ৰিপুৰা

উত্তৰ প্ৰদেশ

উত্তৰাখণ্ড

পশ্চিমবংগ

বিবিধ

৪,০৪৫

 

৩,৭৬,৩০৮

১৬,৬১৩

১,৩১,৬৫১

৫,০২,৯০৩

১০,৫৮৩

৩,০৮,৫৫১

৪,১৪৩

 

১,৪৮০

২,২৮,৯১১

১৩,৬৯২

৬,৯৯,৪৪৩

২,০১,৬৭৫

৮৭,৪৯৯

১,৫৯,৭৬৫

২,৩২,৬৭১

৫,১০,৬৯৬

৩,৭৯,০৩৪

৩,৮৫৬

১,৮০৯

৫,৯৭,৫৩৭

৭,৬৪,৯৬৫

৩২,৭৪৮

২১,২২১

১২,৯৭৬

১৬,৫০২

৪,২১,১৪২

৬,৯৫৯

১,১২,২৩১

৭,৪৪,৭৪১

৯,৫০৯

২,৯৫,৩৩৮

২,৭৯,৫৩৪

৭৫,৫৬৫

৯,১৬,৫৬৮

১,২৩,৬৫৬

৫,৫৭,৮৮০

১,৮৮,৬৬১

 

 

১৮২

 

৩৫,৪৭৫

১,৫৭৪

৫,৫৭৩

১৫,১৯২

২৭৭

৯,৮২৯

৯৪

 

৯৪

৭,৬৫১

৩৫৪

১৭,৮০১

৮,০০৯

৪,৩০৬

২,৫০১

৭,৫৪১

৫৪,৩৯৭

১৬,১৫৩

২৯০

১১৫

১৬,৮৩৫

৭৭৭

৪৭০

৫৮৫

১,৭৫০

১৮,২৪৮

৩৯৫

৩,০৫১

১৫,৩৩৪

২৫১

১৪,০৩৯

৫৩,৭০১

২,৩৬১

১৮,৩৯৪

৩,০৬৩

১৫,৮৬৬

১৬,৬৩৯

 

৪,২২৭

 

৪,১১,৭৮৩

১৮,১৮৭

১,৩৭,২২৪

৫,১৮,০৯৫

১০,৮৬০

৩,১৮,৩৮০

৪,২৩৭

 

১,৫৭৪

২,৩৬,৫৬২

১৪,০৪৬

৭,১৭,২৪৪

২,০৯,৬৮৪

৯১,৮০৫

১,৬২,২৬৬

২,৪০,২১২

৫,৬৫,০৯৩

৩,৯৫,১৮৭

৪,১৪৬

১,৯২৪

৫,৯৭,৫৩৭

৭,৮১,৮০০

৩৩,৫২৫

২১,৬৯১

১৩,৫৬১

১৮,২৫২

৪,৩৯,৩৯০

৭,৩৫৪

১,১৫,২৮২

৭,৬০,০৭৫

৯,৭৬০

৩,০৯,৩৭৭

৩,৩৩,২৩৫

৭৭,৯২৬

৯,৩৪,৯৬২

১,২৬,৭১৯

৫,৭৩,৭৪৬

২,০৫,৩০০

 

 

মুঠ

৯০,৫৩,০৬১

৩,৬৯,১৬৭

৯৪,২২,২২৮

 

 

দেশজুৰি টীকাকৰণ অভিযানৰ ৩৩তম দিনত (১৮ ফেব্রুৱাৰী, ২০২১) মুঠ ৪ লক্ষ ২২ হাজাৰ ৯৯৮জনক ৭,৯৩২টা বৈঠকৰ জৰিয়তে টীকা দিয়া হৈছে। ইয়াৰ মাজত ৩ লক্ষ ৩০ হাজাৰ ২০৮জনে প্রথম ডোজ আৰু ৯২ হাজাৰ ৭৯০জন স্বাস্থ্য কর্মীয়ে দ্বিতীয় ডোজ পাইছে।

দ্বিতীয় পালি লাভ কৰা লাভাৰ্থীৰ ভিতৰত ৫৮.২০% সাতখন ৰাজ্যৰ পৰা আছিল। কেৱল কৰ্ণাটকতে ১৪.৭৪% (৫৪,৩৯৭ পালি)ক দ্বিতীয় পালি টীকাকৰণ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001F43M.jpg

কোভিড-১৯ৰ ৰোগীৰ স্থিতি লক্ষ্য কৰিলে দেখা যায় যে ভাৰতত সুস্থ হোৱা ঘটনা দৈনিক নিৰন্তৰ বৃদ্ধি পাইছে। আজিৰ স্থিতিত ই ১.০৬ কোটি (১,০৬,৫৬,৮৪৫)। সুস্থ হোৱাৰ হাৰ ৯৭.৩২%। সুস্থ হোৱাৰ হাৰ বৃদ্ধি হৈ থকাৰ লগতে দৈনিক মৃত্যুৰ সংখ্যা হ্ৰাসে সক্ৰিয় ঘটনাত নিৰন্তৰ হ্ৰাস সুনিশ্চিত কৰিছে।

ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা (১,৩৭,৩৪২) মুঠ সংক্ৰমিত ঘটনাৰ মাত্ৰ ১.২৫%। যোৱা ২৪ ঘণ্টাত ১১,৯৮৭ ৰোগী সুস্থ হৈ ডিছচাৰ্জ হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image002TKHK.jpg

যোৱা ২৪ ঘণ্টাত ৰাজ্যসমূহত পোহৰলৈ অহা নতুন ঘটনাৰ পৰা ইতিবাচক ছবি প্ৰকট হৈছে। যোৱা ২৪ ঘণ্টাত কেৱল দুখন ৰাজ্যৰ পৰা এহেজাৰতকৈ অধিক নতুন ঘটনা সন্মুখলৈ আহিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0035M2P.jpg

১৬খন ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ পৰা যোৱা ২৪ ঘণ্টাত কোভিড-১৯ত মৃত্যুৰ কোনো খবৰ পোৱা হোৱা নাই। এইবিলাক হৈছে-দিল্লী, উৰিষ্যা, জম্মু আৰু কাশ্মীৰ (কেন্দ্ৰশাসিত), ঝাৰখণ্ড, হিমাচল প্ৰদেশ, লাক্ষাদ্বীপ, মণিপুৰ, মেঘালয়, ছিক্কিম, লাডাখ (কেন্দ্ৰশাসিত), নাগালেণ্ড, মিজোৰাম, আন্দামান নিকোবাৰ দ্বীপপুঞ্জ, ত্ৰিপুৰা, দমন আৰু দিউ, দাদৰা আৰু নগৰ হাভেলি, অৰুণাচল প্ৰদেশ। যোৱা ২৪ ঘণ্টাত কেৱল এখন ৰাজ্যত ২০তকৈ অধিক মৃত্যু নথিভুক্ত কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0043PRE.jpg

দৈনিক সংক্ৰমণৰ হাৰতো যোৱা সাত দিনত নিৰন্তৰ হ্ৰাস হৈছে। এক ফেব্ৰুৱাৰী, ২০২১ত ১.৮৯%তকৈ কম হৈ আজি ই ১.৬৯% হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005NZH6.jpg

নতুন ঘটনাৰ ৭৫%, সুস্থ হোৱা ৭২% ঘটনা আৰু ৫৫% নতুন মৃত্যু কেৱল মহাৰাষ্ট্ৰ আৰু কেৰালা ৰাজ্য দুখনৰ পৰা পোৱা গৈছে।

সুস্থ হোৱা নতুন ঘটনাৰ ৮৫.১৪% ৬খন ৰাজ্যৰ।

কেৰালাত এদিনত সৰ্বাধিক নতুন সুস্থ হোৱাৰ ঘটনা ৪,৮৩২ নথিভুক্ত কৰা হৈছে। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৩,৮৫৩ আৰু তাৰ পিছত কৰ্ণাটকত ৫৩৭জন ৰোগী সুস্থ হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006JP1O.jpg

১২,৮৮১টা নতুন দৈনিক ঘটনা যোৱা ২৪ ঘণ্টাত নথিভুক্ত কৰা হৈছে।

 

৮৬.৬১% নতুন ঘটনা ৬খন ৰাজ্যৰ।

 

দৈনিক নতুন ঘটনাৰ ভিতৰত কেৰালা সবাতোকৈ আগত আছে য'ত ৪,৮৯২টা ঘটনা নথিভুক্ত কৰা হৈছে। ইয়াৰ পিছত মহাৰাষ্ট্ৰত ৪,৭৮৭ আৰু তামিলনাডুত ৪৫৪টা নতুন ঘটনা নথিভুক্ত কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image007R9NA.jpg

১০১টা মৃত্যু যোৱা ২৪ ঘণ্টাত নথিভুক্ত কৰা হৈছে।

নতুন মৃত্যুত ৭৬.২৪% পাঁচখন ৰাজ্যৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক ৪০, তাৰ পিছত কেৰালাত ১৬ আৰু পাঞ্জাবত ১০টা মৃত্যু নথিভুক্ত কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image008HHC9.jpg

 

 

**********

 

MV/SJ



(Release ID: 1699120) Visitor Counter : 182