প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ১৭ ফেব্রুৱাৰীত নেছকম টেকনলজী এণ্ড লীডাৰশ্বিপ ফ'ৰামক সম্বোধন কৰিব

Posted On: 15 FEB 2021 3:34PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, ১৭ ফেব্রুৱাৰী ২০২১ত ১২:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে নেছকম টেকনলজী এণ্ড লীডাৰশ্বিপ ফ'ৰাম (এনটিএলএফ)ক সম্বোধন কৰিব।

 

এনটিএলএফৰ বিষয়ে

 

এনটিএলএফৰ ২৯তম সংস্কৰণ ১৭ৰ পৰা ১৯ ফেব্ৰুৱাৰী ২০২১লৈ আয়োজন কৰা হৈছে। ই হৈছে নেচনেল এছ'চিয়েচন অফ ছফ্টৱেৰ এণ্ড ছাৰ্ভিচ কম্পেনী (নেছকম)ৰ প্ৰধান অনুষ্ঠান। এই বছৰৰ অনুষ্ঠানৰ মূল মন্ত্ৰ হৈছে 'শ্বেপিং দ্য ফিউচাৰ টুৱাৰ্ডছ এ বেটাৰ নৰমেল'। এই অনুষ্ঠানত ৩০খনৰো অধিক দেশৰ পৰা অহা ১৬০০ অংশগ্ৰহণকাৰীক আতিথ্য কৰা হ'ব আৰু তিনি-দিনীয়া আলোচনাৰ সময়ছোৱাত ৩০বিধতকৈও অধিক সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব।

 

**********

DS/VJ/AK



(Release ID: 1698172) Visitor Counter : 121