প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম তিথিত পণ্ডিত ভীমসেন যোশীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 04 FEB 2021 5:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত ভীমসেন যোশীৰ জন্ম তিথিত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘পণ্ডিত ভীমসেন যোশী জীৰ জন্ম তিথিত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সংস্কৃতি আৰু সংগীতৰ জগতখনত তেওঁৰ অনবদ্য অৱদানক আমি সোঁৱৰণ কৰোঁ। তেওঁৰ গায়কীয়ে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। চলিত বৰ্ষটো এই কাৰণত বিশেষ কাৰণ আমি তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা আৰম্ভ কৰিছোঁ।’

 

*******

DS/SH/KG



(Release ID: 1695400) Visitor Counter : 85