বিত্ত মন্ত্ৰালয়

গ্রামাঞ্চলৰ স্থানীয় নিকায়সমূহৰ বাবে ১২,৩৫১ কোটি টকা অনুদান মুকলি কৰা হৈছে

২০২০-২১ বৰ্ষৰ বৰ্তমানলৈকে গ্ৰামীণ স্থানীয় নিকায়সমূহলৈ মুঠ ৪৫,৭৩৮ কোটি টকা মুকলি কৰি দিয়া হৈছে

Posted On: 27 JAN 2021 1:16PM by PIB Guwahati

বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগে গ্রামাঞ্চলৰ স্থানীয় নিকায়সমূহক অনুদান হিচাপে ১৮খন ৰাজ্যক ১২,৩৫১.৫০ কোটি টকা অনুমোদন দিছে। ২০২০-২১ বিত্তীয় বৰ্ষত আগবঢ়োৱা অনুদানৰ এয়া দ্বিতীয় কিস্তি

দ্বিতীয় কিস্তিৰ এই অনুদান সেই ১৮খন ৰাজ্যক দিয়া হৈছে, যিসমূহে প্রথম কিস্তিৰ ধন সদ্ব্যহাৰ প্রয়োজনীয় নথিপত্র বিভাগলৈ প্ৰেৰণ কৰিছে

গ্রামাঞ্চলৰ স্থানীয় নিকায়সমূহৰ আর্থিক অস্থাৰ উন্নতি আৰু সার্বজনীন সম্পদ সৃষ্টিৰ লক্ষ্যৰে পঞ্চদশ বিত্ত আয়োগপৰামৰ্শক্ৰমে ৰণনিকায়সমূহক অনুদান দিয়া হয়। পঞ্চায়তীৰাজ ব্যৱস্থাৰ ৩টা পৰ্যায় অর্থাৎ গাঁও, ব্লক আৰু জিলাপৰ্যায়ত অনুদান দিয়া হয়৷ গাঁও আৰু ব্লক পৰ্যায়ত সম্পদ আহৰণৰ লক্ষ্যৰে এই অনুদান আগবঢ়োৱা হয়।

পঞ্চদশ বিত্ত আয়োগে গ্রামাঞ্চলৰ স্থানীয় নিকায়সমূহৰ বাবে দুধৰৰ অনুদানৰ প্রস্তা দিয়ে৷ সেইবোৰমৌলিক আৰু আৱদ্ধ অনুদান।

কেন্দ্র আৰু ৰাজ্য ৰকাৰসমূহে কেন্দ্রীয় সহায় প্রকল্প স্বচ্ছ ভাৰত আৰু জল জীমিচনঅধীনত খোৱাপানী আৰু অনাময়ৰ শিতানত যি পুঁজি দিয়া হয়, পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি প্রদান কৰা ধন ইয়াআওতাৰ বাহিৰত৷

কেন্দ্রীয় ৰকাপৰা অনুদান প্রাপ্তিৰ ধন ১০টা কৰ্মদিনৰ ভিতৰতে গ্রামাঞ্চলৰ স্থানীয় নিকায়সমূহক হস্তান্তৰ কৰাটো জৰুৰী। যদি কোনো কাৰণ এই ধন হস্তান্তৰত কোনো ধৰণৰ পলম হয়, তেনে ক্ষেত্র সুদসহ প্রাপ্য ধন গ্রামাঞ্চলস্থানীয় নিকায়সমূহ প্ৰদান কৰিব লাগিব৷

ইয়াপূৰ্বে গ্রামাঞ্চলৰ স্থানীয় নিকায়সমূহক মৌলিক অনুদানৰ প্রথম কিস্তি আৰু চতুর্দশ বিত্ত আয়োগৰ বকেয়া বাবদ বিগত বৰ্ষৰ জুন মাহত ৰাজ্যসমূহক ১৮,১৯৯ কোটি টকা মুকলি কৰি দিয়া হৈছে। একেদৰে আৱদ্ধ অনুদানৰ প্রথম কিস্তি বাবদ ৰাজ্যসমূহক ১৫,১৮৭.৫০ কোটি টকা দিয়া হৈছে। সেই হিচাপে ব্যয় বিভাগৰ পৰাতিয়ালৈ মৌলিক আৰু আৱদ্ধ অনুদান শিতানত ৰাজ্যসমূহক ৪৫,৭৩৮ কোটি টকা দিয়া হৈছে। এতিয়ালৈকে প্রদত্ত অনুদানৰ ৰাজ্যিকভিত্তিক খতিয়ান তলত উল্লেখ কৰা ধৰণৰঃ-

২০২০-২১ বৰ্ষত ৰাজ্যিকভিত্তিক গ্রামাঞ্চলৰ স্থানীয় স্ব-শাসিত সংস্থাসমূহত প্রদত্ত অনুদান-

ক্র. নং

ৰাজ্য

মুঠ প্ৰদত্ত অনুদান (কোটি টকাৰ হিচাপত)

অন্ধ্রপ্রদেশ

৩১৩৭.০৩

অৰুণাচল প্রদেশ

৪১৮.৮০

অসম

৮০২.০০

বিহাৰ

৩৭৬৩.৫০

চত্তীশগড়

১০৯০.৫০

গোৱা

৩৭.৫০

গুজৰাট

২৩৯৬.২৫

হাৰিয়ানা

৯৪৮.০০

হিমাচল প্রদেশ

৩২১.৭৫

১০

ঝাখণ্ড

১২৬৬.৭৫

১১

কর্ণাটক

২৪১২.৭৫

১২

কেৰালা

১২২১.০০

১৩

মধ্যপ্রদেশ

২৯৮৮.০০

১৪

মহাৰাষ্ট্র

৪৩৭০.২৫

১৫

মণিপুৰ

৮৮.৫০

১৬

মেঘালয়

৯১.০০

১৭

মিজোৰাম

৪৬.৫০

১৮

নাগালেণ্ড

৬২.৫০

১৯

ওডিশা

১৬৯৩.৫০

২০

পাঞ্জা

২২৩৩.৯১

২১

ৰাজস্থান

১৯৩১.০০

২২

ছিকিম

৩১.৫০

২৩

তামিলনাডু

১৮০৩.৫০

২৪

তেলেংগানা

১৩৮৫.২৫

২৫

ত্রিপুৰা

১৪৩.২৫

২৬

উত্তৰ প্রদেশ

৭৩১৪.০০

২৭

উত্তৰাখণ্ড

৪৩০.৫০

২৮

পশ্চিমবংগ

৩৩০৯.০০

 

মুঠ

৪৫,৭৩৭.৯৯

 

*************

RM/KMN/DB



(Release ID: 1692866) Visitor Counter : 163